শ্ৰেণীবিহীন

চৰকাৰ গঠনক লৈ দিল্লীত শাসক-বিৰোধীৰ কুচকাৱাজ

সংখ্যাগৰিষ্ঠতা নাপালেও চৰকাৰ গঠনৰ ৰণকৌশল বিৰোধীৰ

চৰকাৰ গঠনক লৈ দিল্লীত শাসক-বিৰোধীৰ কুচকাৱাজ

আজি অনুষ্ঠিত হ’ব NDAৰ গুৰুত্বপূৰ্ণ বৈঠক

বৈঠকত অংশ ল’ব JDUৰ অধ্যক্ষ নীতিশ কুমাৰে

কিংমেকাৰ ৰূপত TDPৰ চন্দ্ৰবাবু নাইডু

চৰকাৰ গঠনৰ আশাৰে ইণ্ডিয়া এলায়েন্সৰো বৈঠক

কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত বৈঠক

উপস্থিত থাকিব শিৱসেনাৰ উদ্ধৱ থাকৰে

সংখ্যাগৰিষ্ঠতা নাপালেও চৰকাৰ গঠনৰ ৰণকৌশল বিৰোধীৰ

কিংমেকাৰৰ ৰূপত নীতিশ কুমাৰ-চন্দ্ৰবাবু নাইডু

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ তৎপৰ NDA

চৰকাৰত অংশগ্ৰহণ কৰাৰ পূৰ্বে TDPয়ে দিছে স্বৰ্ত!

কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিচাৰিছে TDPয়ে

৫ৰ পৰা ৬লৈ মন্ত্ৰীপদ বিচাৰিছে TDPয়ে

লোকসভাৰ অধ্যক্ষ পদো বিচাৰিছে TDPয়ে

সংসদত ১৬ জন সাংসদ আছে TDPৰ

JD(U)য়ে আনুষ্ঠানিকভাৱে NDAক সমৰ্থন দিব

সমৰ্থনৰ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰদান কৰিব নীতিশ কুমাৰে

I.N.D.I.A ব্লকক সমৰ্থন নিদিয়ে নীতিশ কুমাৰে

‘I.N.D.I.A ব্লকলৈ উভতি যোৱাৰ এতিয়া সময় নাই’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.