অসমচিকিৎসা

এইবাৰ হোলীৰ নাম-প্ৰসংগত বৰতাল বজাব পৰাকৈ সুস্থ হৈ উঠিল বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা…

বিগত ৯টা দিনে GMCHত ভৰ্তি হৈ থকা সত্ৰাধিকাৰগৰাকীক বৰপেটাৰ হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল GMCHলৈ

সুস্থ হৈ ঘৰলৈ উভতিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা। বুধবাৰে, ৰিলিজ দিয়া হ’ল সত্ৰাধিকাৰগৰাকীক। শাৰীৰিকভাৱে অসুস্থ হৈ GMCHত চিকিৎসাধীন হৈ আছিল বুঢ়া সত্ৰাধিকাৰগৰাকী।

 

বিগত ৯টা দিনে GMCHত ভৰ্তি হৈ থকা সত্ৰাধিকাৰগৰাকীক বৰপেটাৰ হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল GMCHলৈ। বুধবাৰে, ৰিলিজ দিয়াৰ পিছত সত্ৰাধিকাৰগৰাকীৰ আশুআৰোগ্য কামনা কৰাসকললৈ আশীৰ্বাদ দিয়ে বশিষ্ঠ দেৱ শৰ্মাই। লগতে, GMCH কৰ্তৃপক্ষকো কৃতজ্ঞতা জ্ঞাপন কৰিলে বুঢ়া সত্ৰীয়াগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.