leatest updatenationalঅসমদৈনিক বাতৰিবোমা বিস্ফোৰণভাৰত

মুম্বাইৰ অভিশপ্ত ২৬/১১ৰ ১৫ বছৰ সম্পূৰ্ণ….

মুম্বাইৰ অভিশপ্ত ২৬/১১ৰ ১৫ বছৰ সম্পূৰ্ণ.....

অভিশপ্ত ২৬/১১ৰ ১৫ বছৰ সম্পূৰ্ণ

মুম্বাইত ১০গৰাকী সন্ত্ৰাসবাদীৰ আক্ৰমণ

মুম্বাইৰ তাজ হোটেল, ছত্তপট্ৰি শিৱাজী টাৰ্মিনাছ

নাৰিমন পইণ্ট আদি স্থানত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে

২০০৮ৰ ২৬ নৱেম্বৰত সংঘটিত হৈছিল এই ঘটনা

লস্কৰ-ই-তৈবাৰ আক্ৰমণত মৃত্যু হৈছিল ১৭৫ জনৰো অধিক লোকৰ

আক্ৰমণত আহত হৈছিল প্ৰায় ৩০০ লোক

NSGৰ নেতৃত্বত নিঃশেষ হৈছিল সন্ত্ৰাসবাদীৰ অভিযান

মূল সন্ত্ৰাসবাদী কাছভক গ্ৰেপ্তাৰৰ পিছতেই দিয়া হৈছিল ফাঁচি

২০১২ চনত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল আজমল কাছভক

নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে দেশবাসীৰ সোঁৱৰণ

এই উপলক্ষে মহাৰাষ্ট্ৰৰ চৰকাৰৰ বিশেষ অনুষ্ঠান

অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী একনাথ সিন্ধে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 5 =

Back to top button