অসমআঞ্চলিকৰাজনৈতিক

কংগ্ৰেছত গুপ্তচৰ! কংগ্ৰেছৰ A to Z খবৰ আহে মুখ্যমন্ত্ৰীলৈ!

কংগ্ৰেছত এতিয়া মুখ্যমন্ত্ৰীৰ গুপ্তচৰ বিচাৰি লাগিছে হাহাকাৰ।

কংগ্ৰেছত আছে মুখ্যমন্ত্ৰীৰ গুপ্তচৰ। গুপ্তচৰে সকলো খবৰ দিয়ে মুখ্যমন্ত্ৰীক। কেতিয়াবা ৰে’লত, কেতিয়াবা উৰাজাহাজ অথবা কেতিয়াবা লগ পালে কংগ্ৰেছৰ সকলো খবৰ মুখ্যমন্ত্ৰীক দিয়ে গুপ্তচৰে। পিছে কোন এই গুপ্তচৰ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে এতিয়া কংগ্ৰেছত চলি আছে তীব্ৰ প্ৰতিক্ৰিয়া।

গুপ্তচৰ বিচাৰি এতিয়া কংগ্ৰেছত হ’ব অভিযান। কংগ্ৰেছত এতিয়া মুখ্যমন্ত্ৰীৰ গুপ্তচৰ বিচাৰি লাগিছে হাহাকাৰ। গুপ্তচৰ সন্দৰ্ভত দেওবাৰে হ’ব কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.