অসমঅসম আৰক্ষীগুৱাহাটীছিংগাপুৰপ্ৰতিৰক্ষাশিল্পীসংগীতসংস্কৃতি

পোষ্ট মেলন অসমত আহোতে আৰক্ষীৰ সুৰক্ষা কৱচ

কিয় জুবিন গাৰ্গক সেই সুৰক্ষা নিদিলে?

জুবিন হত্যাৰ chargsheetক লৈ ৰৈ গৈছে প্ৰশ্নবোধক। সুৰুঙা ৰৈ গৈছে নেকি chargesheet ত? দোষী সাব্যস্ত কৰিব পৰাকৈ chargesheet দাখিল হৈছে নে?
১২ ডিচেম্বৰ অসম আৰু অসমৰ বাবে আছিল এটা ঐতিহাসিক দিন। ঐতিহাসিক এইবাবেই যে কালিৰ দিনটোতেই SIT য়ে দাখিল কৰিলে chargesheet. কিন্তু এই chargsheet ক লৈ সৰৱ চৰ্চা।
chargesheet ত সুৰুঙা ক’ত ৰৈ গৈছে? কি কয় অধিবক্তা নেকিবুৰ জামানে? পোষ্ট মেলন অসমত আহোতে আৰক্ষীৰ সুৰক্ষা কৱচ, কিন্তু কিয় জুবিন গাৰ্গক সেই সুৰক্ষা নিদিলে?
কিয় জুবিন গাৰ্গৰ কাষত নাছিল কোনো চিকিৎসক?
কিয় য়ট পাৰ্টীৰ আয়োজক আজিলৈ গ্ৰেপ্তাৰ নহল?
কিয় VIP ৰ দৰে আহি আৰু যাব দিলে প্ৰবাসী অসমীয়াক?
place of occurrence visit কৰাৰ নামটো প্ৰশ্ন….
অৰ্থাৎ যি স্থানত জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই স্থানলৈ তাৎক্ষণিক ভাবে নগৈ কেৱল নাটকীয় ভাবে পলমকৈ যোৱাৰ ৰহস্য কি বুলিও প্ৰশ্ন জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ।
কিন্তু জুবিনক ভালপোৱা প্ৰতিজন অনুৰাগীয়ে এতিয়া কৈছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − eight =

Back to top button