শ্ৰেণীবিহীন

কোন দিশে নৱপ্ৰজন্ম? বনভোজ খাবলৈ নিদিয়াৰ বাবে ছীপ লৈ আত্মহত্যা ছাত্ৰীৰ!

বনভোজ খাবলৈ নিদিয়াৰ বাবে ছীপ লৈ আত্মহত্যা কৰিলে ১৯ বছৰীয়া ভায়লীনা শইকীয়াই!

বনভোজ খাবলৈ নিদিয়াৰ বাবে আত্মহত্যা ছাত্ৰীৰ! ছীপ লৈ আত্মহত্যা কৰিলে ১৯ বছৰীয়া ভায়লীনা শইকীয়াই।

মহানগৰীৰ পাথৰকুৱেৰীত সংঘটিত হৈছে এই ঘটনা। পাথৰকোৱেৰীৰ বিষ্ণুনগৰৰ বাসিন্দা ভায়লীনাই বনভোজ খাবলৈ যাব বিচাৰিছিল কিন্তু অভিভাৱকে অনুমতি নিদিয়াৰ বাবে ভায়লীনাই আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে।

ঘৰত কোনো নথকাৰ সুযোগত আত্মহত্যা কৰে ভায়লীনাই। ঘটনা সন্দৰ্ভত পিতৃয়ে নুনমাটি থানাত খবৰ দিয়ে। মৃতদেহটো বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.