অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

সোণাৰিত দুষ্কৃতিকাৰীৰ কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, বিহ দি নিধন নদীৰ মাছ…

সোণাৰি নগৰৰ সমীপেৰে বৈ যোৱা টাওকাক নৈৰ মাছ অঞ্চলটোৰ কেইবাখনো বজাৰত বিক্ৰী হয়। নদীখনৰ মাছৰ স্থানীয় ৰাইজৰ মাজত যথেষ্ট চাহিদা আছে। তাৰেই সুযোগ গ্ৰহণ কৰিবলৈ গৈ একাংশ দুৰ্বৃত্তই বিহ দি মাছ মৰাৰ চেষ্টা চলায়। নৈখনৰ কাষৰীয়া অঞ্চল গুটিঘাট, চেনীগুদাম, গোৱালাপথাৰ আদি অঞ্চলত মঙলবাৰে নিশাৰ পৰা নৈখনত চিতল, শিঙৰা, বৰালী আদি মাছ ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। এনেকৈ বিহ দি মৰা মাছ অঞ্চলটোৰ বিভিন্ন বজাৰত বিক্ৰী হোৱাৰ আশংকা কৰি উদ্বিগ্নতাৰো সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.