Assamassam policeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
বৰপেটাৰ গান্ধী নগৰত মৰ্মান্তিক ঘটনা, নৈৰ পাৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ….
![বৰপেটাৰ গান্ধী নগৰত মৰ্মান্তিক ঘটনা, নৈৰ পাৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ.... বৰপেটাৰ গান্ধী নগৰত মৰ্মান্তিক ঘটনা, নৈৰ পাৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ....](https://prathamkhabartv.com/wp-content/uploads/2023/12/barpeta-child-recover.jpg)
বৰপেটাৰ গান্ধী নগৰত মৰ্মান্তিক ঘটনা
চাউলখোলা নৈৰ পাৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
মৃত নৱজাতকটি মৰণোত্তৰ পৰীক্ষাৰ বাবে BMCHলৈ প্ৰেৰণ