natural disasterদুৰ্ঘটনাদৈনিক বাতৰিবিশ্ব
পাকিস্তানত ভয়ংকৰ বান পৰিস্থিতি, ৪৮ ঘণ্টাত বানৰ কৱলত মৃত্যু ৩২১জনৰ

পাকিস্তানত ভয়ংকৰ বান পৰিস্থিতি
বিগত ৪৮ ঘণ্টাত বানৰ কৱলত পৰি মৃত্যু ৩২১জনৰ
পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা সৰ্বাধিক ক্ষতিগ্ৰস্ত
প্ৰচণ্ড বৰষুণত ওফন্দি উঠা নৈৰ জলপৃষ্ঠৰ ভয়ংকৰ তাণ্ডৱ
নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে সমগ্ৰ অঞ্চল
বাঢ়নী পানীয়ে ঘৰ-বাৰী উটুৱাই নিয়াত নিহত ৩০৭জন লোক
উদ্ধাৰ অভিযানত নিয়োজিত হৈছে ২ হাজাৰৰো অধিক উদ্ধাৰকৰ্মী
নেৰানেপেৰা বৰষুণৰ ফলত কেইবাঠাইতো ভূমিস্খলনৰ ঘটনা