InternationalInternationalleatest updatenationalSocialদৈনিক বাতৰিৰাজনৈতিক

ৰাষ্ট্ৰপতি ভৱনৰ বাকৰিত আড়ম্বৰপূৰ্ণ অনুষ্ঠান

৩১গৰাকী কেবিনেট মন্ত্ৰীৰ শপতগ্ৰহণ

নৰেন্দ্ৰ দামোদৰ দাস মোদীৰ ইতিহাস ৰচনা

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ

ৰাষ্ট্ৰপতি ভৱনৰ বাকৰিত আড়ম্বৰপূৰ্ণ অনুষ্ঠান

শপতবাক্য পাঠ কৰোৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে

৩১গৰাকী কেবিনেট মন্ত্ৰীৰ শপতগ্ৰহণ

শপত ল’লে ৫গৰাকী স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে

৩৬গৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ শপতগ্ৰহণ

……………………………………………………………………..

৩১গৰাকী কেবিনেট মন্ত্ৰীৰ শপতগ্ৰহণ

কেবিনেট মন্ত্ৰীৰূপে শপত ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰীৰ

কেবিনেট মন্ত্ৰীৰূপে শপত জে পি নাড্ডা, শিৱৰাজ সিং চৌহানৰ

মোদীৰ কেবিনেটত নিৰ্মলা সীতাৰমণ, এছ জয়শংকৰ, মনোহৰলাল খাট্টাৰ

শপত ল’লে HD কুমাৰাস্বামী, পীযুষ গোৱেল, ধৰ্মেন্দ্ৰ প্ৰধানে

মোদীৰ কেবিনেটত জীতেনৰাম মাঝি, লালন সিং, সৰ্বানন্দ সোণোৱালে

কেবিনেট মন্ত্ৰীৰূপে শপত ডঃ বীৰেন্দ্ৰ কুমাৰ ৰামমোহন নাইডুৰ

মোদীৰ কেবিনেটত প্ৰহ্লাদ যোশী, জুৱেল ওৰাম, গিৰিৰাজ সিং

কেবিনেটত অন্তৰ্ভুক্ত অশ্বিনী বৈষ্ণৱ, জ্যোতিৰাদিত্য সিন্ধিয়া

কেবিনেটত ভূপেন্দ্ৰ যাদৱ, গজেন্দ্ৰ সিং শেখাৱত, অন্নপূৰ্ণা দেৱী

কেবিনেট মন্ত্ৰীৰূপে শপত কিৰেন ৰিজিজু, হৰদ্বীপ সিং পুৰীৰ

কেবিনেটত মনচুখ মাণ্ডভিয়া, জি কৃষণ ৰেড্ডী, ছিৰাগ পাছোৱান

কেবিনেট মন্ত্ৰীৰূপে শপত চি আৰ পাটিলৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.