অসমঅসম আৰক্ষীগুৱাহাটী

১ ডিচেম্বৰৰ পৰা মহানগৰবাসীৰ বাবে নতুন নিয়ম

দুচকীয়া বাহনৰ চালক আৰু আৰোহী দুয়ো পৰিধান কৰিব লাগিব হেলমেট

১ ডিচেম্বৰৰ পৰা কঠোৰ হ’ব মহানগৰৰ যানবাহন প্ৰশাসন। দুচকীয়া বাহনৰ ক্ষেত্ৰত এতিয়াৰে পৰা মানিব লাগিব বিশেষ নিয়ম। ইতিমধ্যে এই সম্বন্ধে জনতাক সজাগ কৰি দিছে প্ৰশাসনে।

১ ডিচেম্বৰৰ পৰা দুচকীয়া বাহনৰ চালক আৰু আৰোহী দুয়ো পৰিধান কৰিব লাগিব হেলমেট। এই নিয়ম অমান্য কৰিলে ভৰিব লাগিব এক হাজাৰ টকাৰ জৰিমনা। জনতাৰ সুৰক্ষাৰ বাবেই এনে কঠোৰ পদক্ষেপ গ্ৰহন মহানগৰ প্ৰশাসনৰ।

পূৰ্বৰে পৰা এই নিয়ন আছিল। কিন্তু প্ৰশাসন কঠোৰ নহোৱাৰ ফলত বাৰে বাৰে এই নিয়ম নোহোৱা হৈ পৰে। সেয়েহে এইবাৰ কঠোৰ হ’ব প্ৰশাসন

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.