অসমদৈনিক বাতৰি

ৰঙিয়াৰ উদিয়ানাত গভাইত চোৰক উত্তম মাধ্যম, লোহা চুৰি কৰি ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত কিশোৰ….

ৰঙিয়াৰ উদিয়ানাত গভাইত চোৰক উত্তম মাধ্যম, লোহা চুৰি কৰি ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত কিশোৰ....

ৰঙিয়াৰ উদিয়ানাত গভাইত চোৰক উত্তম মাধ্যম। ড্ৰাগছৰ বাবে ধৰ্মীয় অনুষ্ঠান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত লোহা চুৰি কৰি ৰাইজৰ ৰোষত ড্ৰাগছ আসক্ত কিশোৰ। ধৃত কিশোৰজনৰ ঘৰ ৰঙিয়াৰ ওদিয়ানাত।

ক’ত, কেনেকৈ ড্ৰাগছৰ সৈতে জড়িত হৈছিল সকলো কথা ৰাইজৰ আগত স্বীকাৰ কৰে কিশোৰজনে। দেওবাৰে কিশোৰজনে চুৰি কৰা ৰদ বিক্ৰী কৰিবলৈ ধৰোতে হাতে-লোতে আটক কৰাৰ লগতে লপাথপা দি আৰক্ষীক গতাই দিয়ে একাংশ উত্তেজিত লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.