Assamঅসমআঞ্চলিকদৈনিক বাতৰি

বিহপুৰীয়াত ই-ৰিক্সা চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ, কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী চালক সন্থাৰ

বিহপুৰীয়াত ই-ৰিক্সা চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ

বিহপুৰীয়াত ই-ৰিক্সা চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ

কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী চালক সন্থাৰ

ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

বিহপুৰীয়া পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ চালক সন্থাৰ

হঠাৎ ৫০০ টকা কৰ নিৰ্ধাৰণ পৌৰ প্ৰশাসনৰ

পৰিবহণ কৰ, পাৰ্কিং কৰ দিয়াৰ পিছতো অতিৰিক্ত কৰ

অতিৰিক্ত কৰৰ বোজা জাপি দিয়াক লৈ ক্ষুব্ধ ই-ৰিক্সাচালক

ৰাজহ চক্ৰ বিষয়াক চালক সন্থাই দাখিল কৰে স্মাৰক-পত্ৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − nine =

Back to top button