Assamnationalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

আজি দেশজুৰি পালিত হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস….

আজি দেশজুৰি পালিত হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস....

আজি দেশজুৰি পালিত হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ  প্ৰতিষ্ঠা দিন ১৬ নৱেম্বৰৰ দিনটো দেশজুৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে। আজিৰ দিনটোতে স্বাধীন আৰু দায়িত্বশীল সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তাৰ বিষয়টো বিশেষভাৱে চৰ্চা কৰা হয়।

প্ৰেছ কাউন্সিল অব ইণ্ডিয়া হৈছে দেশত সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰা নিয়ামক সংস্থা। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অব ইণ্ডিয়া স্থাপন কৰা হৈছিল। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী অসমতো পালন কৰা হ’ব। চৰকাৰী প্ৰচেষ্টাৰ লগতে বিভিন্ন সাংবাদিক সংস্থাই ঠায়ে ঠায়ে গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ভিন্ন প্ৰকাৰৰ কাৰ্যসূচী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.