অসমদৈনিক বাতৰিবিশ্বভাৰতস্বাস্থ্য

এনাৰ্জী ড্ৰিংক ব’নভিটাত মাৰাত্মক কৰ্কটৰ উপাদান

এনাৰ্জী ড্ৰিংক ব'নভিটাত মাৰাত্মক কৰ্কটৰ উপাদান

এনাৰ্জী ড্ৰিংক ব’নভিটাত মাৰাত্মক কৰ্কটৰ উপাদান

ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰে কৰিছিল এই চাঞ্চ্যলকৰ দাবী

দাবীৰ পিছতেই সমগ্ৰ বিষয়টোত হস্তক্ষেপ ৰাষ্ট্ৰীয় শিক্ষা সুৰক্ষা আয়োগ (এনচিপিচিআৰ) ৰ

শীঘ্ৰেই  এনাৰ্জী ড্ৰিংকৰ বিজ্ঞাপন বন্ধ কৰাৰ নিৰ্দেশ (এনচিপিচিআৰ) ৰ

এসপ্তাহৰ ভিতৰত ব’নভিটাৰ উপাদান সন্দৰ্ভত তদন্ত চলাই প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

মাৰ্কিন সংস্থাৰ মেণ্ডেলজৰ অধীনস্ত কেডবেৰীয়ে প্ৰস্তুত কৰে এই জনপ্ৰিয় এনাৰ্জী ড্ৰিংক ব’নভিটা

ৰেভাণ্ট হিমৎসিংকা নামৰ এক ছ’চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰে দাবী কৰা অনুসৰি ব’নভিটাত আছে চেনি চকলেটৰ দৰে ক্ষতিকাৰক উপাদান। যাৰ বাবে শিশুসকল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। অৱশ্যে কেইদিনমানৰ ভিতৰতে এই ভিডিঅ’ ডিলিট কৰে ৰেভাণ্টে। ৰেভাণ্টে উল্লেখ কৰা অনুসৰি ব’নভিটা প্ৰস্তুতকাৰী সংস্থাই তেওঁলৈ জাননী প্ৰেৰণ কৰিছিল আৰু সকলো অভিযোগ অস্বীকাৰ কৰিছিল সংস্থাটোৱে। তাৰ পাছতেই ভিডিঅটো ডিলিট কৰে ৰেভাণ্ট হিমৎসিংকায়।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Check Also
Close
Back to top button