বলিউড

বিদায় লতাজী, কোকিলকণ্ঠী গায়িকা লতা মাংগেশকাৰ আৰু নাই…

ক'ভিডত আক্ৰান্ত হৈ নিউমোনিয়াত ভুগি থকা লতা মাংগেশকাৰ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল হাস্পতালত। শেহতীয়াকৈ ICUত ভৰ্তি কৰোৱা হৈছিল গায়িকাগৰাকীক।

এটা যুগৰ অৱসান ঘটিল। দেশবাসীক কন্দুৱাই জীৱনাৱসান কোকিলকণ্ঠী গায়িকা লতা মাংগেশকাৰৰ। মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ লতাজীৰ।

ক’ভিডত আক্ৰান্ত হৈ নিউমোনিয়াত ভুগি থকা লতা মাংগেশকাৰ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল হাস্পতালত। শেহতীয়াকৈ ICUত ভৰ্তি কৰোৱা হৈছিল গায়িকাগৰাকীক।

কিন্তু দেওবাৰে ‘ভাৰতৰত্ন’, জীৱন্ত কিংবদন্তি লতা মাংগেশকাৰৰ জীৱনাৱসানত শোক প্ৰকাশ কৰিছে সমগ্ৰ দেশবাসীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.