বলিউড

লতাজীৰ মৃত্যুত দুদিনীয়া ৰাষ্ট্ৰীয় শোক, অৱনমিত হ’ব ৰাষ্ট্ৰীয় পতাকা…

লতা মাংগেশকাৰৰ মৃত্যুৰ পাছত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় শোক

কোকিলকণ্ঠী গায়িকা লতা মাংগেশকাৰৰ দেহাৱসান। মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ২৮ দিনৰ চিকিৎসাৰ অন্তত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকীয়ে। লতা মাংগেশকাৰৰ মৃত্যুৰ পাছত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় শোক। দুদিনৰ বাবে দেশবাসীয়ে পালন কৰিব লাগিব ৰাষ্ট্ৰীয় শোক। ৰাষ্ট্ৰীয় শোকৰ সময়ত অৱনমিত হ’ব ৰাষ্ট্ৰীয় পতাকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.