APSCAssamassam policeCMO Assamleatest updateSocial
APSC কেলেংকাৰিক লৈ অব্যাহত SITৰ অভিযান
SITৰ জেৰাত বহু চাঞ্চল্যকৰ তথ্য উদঘাটন

APSC কেলেংকাৰিক লৈ অব্যাহত SITৰ অভিযান
বুধবাৰে নিয়োগ বিষয়া ৰাকেশ দাসক গ্ৰেপ্তাৰ SITৰ
বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ
আজি হাজিৰ কৰোৱা হয় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত
SITৰ জেৰাত বহু চাঞ্চল্যকৰ তথ্য উদঘাটন
ৰাকেশ দাসৰ পিতৃৰ সৈতে ঘনিষ্ঠতা আছিল ৰাকেশ পালৰ
ঘনিষ্ঠতা সূত্ৰেই ৰাকেশ দাসে পাইছিল নিয়োগ বিষয়াৰ পদ
FSL ৰি’পৰ্ট লাভ কৰিছে তদন্তকাৰী SITএ
FSL ৰি’পৰ্টত আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য
নমুনাৰ সৈতে মিল নাই ৰাকেশ দাসৰ উত্তৰ বহীৰ হস্তাক্ষৰৰ
ভাৰাতীয়া লেখকেৰে মূল পৰীক্ষাৰ উত্তৰ লিখোৱাৰ সম্ভাৱনা
ৰাকেশ দাসৰ পিতৃকো জেৰা চলোৱাৰ প্ৰস্তুতি SITৰ
শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব অধিক বিষয়া