Socialঅসমআঞ্চলিকদৈনিক বাতৰি

পথৰ মাজতে একাঠু পানী! নিৰ্বিকাৰ জনপ্ৰতিনিধি

পথৰ মাজতে একাঠু পানী। বৰষুণ দিলেই ৰাজপথ হৈ পৰে পুখুৰী সদৃশ অৱস্থা।

মানকাচৰত লোক নিৰ্মাণ বিভাগৰ পথৰ দুৰৱস্থা।

পথৰ মাজতে একাঠু পানী। বৰষুণ দিলেই ৰাজপথ হৈ পৰে পুখুৰী সদৃশ অৱস্থা।

যোৱা কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত মানকাচৰৰ পিপুলবাৰীৰ লোকো নিৰ্মাণ বিভাগৰ এই পথচোৱা ৰূপান্তৰিত হৈছে পুখুৰীলৈ। এজাক বৰষুণ দিয়াৰ লগে লগে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে পথটোৰে। ফলত দীৰ্ঘ দিনৰ পৰা যমৰ যাতনা ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজে। নিৰ্বিকাৰ কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধি।

এইক্ষেত্ৰত স্থানীয় ৰাইজে জিলা প্ৰশাসনৰ লগতে বিভাগীয় কতৃপক্ষক উক্ত পথটোৰ কাষেৰে অতি সোনকালে ড্ৰেনৰ ব্যৱস্থা কৰি দি ৰাইজৰ যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.