অসমকৃষিখাদ্যদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগ

আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতেই নষ্ট হৈছে ফচল! উপায়হীন কৃষক

নিতৌ প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। আনফালে যোৱা কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নষ্ট হৈছে বিভিন্ন শস্য। অতিষ্ঠ হৈ পৰিছে কৃষক

নিতৌ প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। আনফালে যোৱা কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নষ্ট হৈছে বিভিন্ন শস্য। অতিষ্ঠ হৈ পৰিছে কৃষক।

বঙাইগাঁৱৰ নাম্বাৰপাৰাতো কৃষকৰ মূৰত ৰাম টাঙোন পৰিছে বৰষুণৰ ফলত। শস্য চপোৱাৰ সময়ত হোৱা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে সাধাৰণ কৃষকৰ।

বৃহত্তৰ কোকিলাৰ বিভিন্ন অঞ্চলত ঘেহু, নহৰুকে আদি কৰি বিভিন্ন শস্য সম্পুৰ্ণৰূপে নষ্ট হৈ গৈছে।। এফালে বজাৰত মূল্য বৃদ্ধি, আনফালে বিনষ্ট হৈছে শস্য। যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক সকলে।

এইক্ষেত্ৰত সহায়ৰ বাবে চৰকাৰক আহ্বান জনাইছে কৃষক সকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.