অসমদৈনিক বাতৰি

চোৰাং চাউলৰ বিৰুদ্ধে ঢেকীয়াজুলিৰ এটা গুদামত CMVৰ অভিযান, জব্দ ৪৭৭ বস্তা চোৰাং চাউল

চোৰাং চাউলৰ বিৰুদ্ধে ঢেকীয়াজুলিৰ এটা গুদামত CMVৰ অভিযান, জব্দ ৪৭৭ বস্তা চোৰাং চাউল

চোৰাং চাউলৰ বিৰুদ্ধে অব্যাহত CMVৰ অভিযান। ঢেকীয়াজুলিৰ এটা গুদামত চলালে অভিযান। ৰাজা গুপ্তা নামৰ এজন ব্যৱসায়ীৰ গুদামত অভিযান। অভিযানত জব্দ ৪৭৭ বস্তা চোৰাং চাউল। ইতিমধ্যে চাউল কেলেংকাৰিৰে জড়িত ৯জনক গ্ৰেপ্তাৰ। মূল অভিযুক্ত হেমন্ত তালুকদাৰক লগত লৈ অভিযান।

ঢেকীয়াজুলিৰ কোপাৰেটিভ মাৰ্কেটিং কনজুমাৰ চচাইটিৰ বগা চাউলৰ বিয়াগোম কেলেংকাৰিৰ ন ন তথ্য উন্মোচন। হিতাধিকাৰীৰ বাবে আবণ্টিত জুন-জুলাই মাহৰ উক্ত বৃহৎ পৰিমানৰ চাউল চোৰাং ভাৱে বিক্ৰী কৰাৰ অভিযোগ চচাইটি খনৰ সম্পাদক হেমন্ত তালুকদাৰৰ লগতে মুঠ ৯ জনৰ বিৰুদ্ধে। মুঠ ২৪১৮.২০ কেজি চাউলৰ বিয়াগোম কেলেংকাৰী হৈছিল ঢেকিয়াজুলিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.