অসম

IITৰ প্ৰৱেশিকা পৰীক্ষাত তিনিচুকীয়াৰ যুৱকৰ সাফল্য…

স্বপন লিম্বু হৈছে কাকজান উ: মা: বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰ লিম্বুৰ পুত্ৰ। বৰ্তমান তেওঁলোক ৰুপাইচাইডিঙৰ নিবাসী।

IITৰ প্ৰৱেশিকা(JAM) পৰীক্ষাত ৯৬তম স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তিনিচুকীয়াৰ এজন যুৱকে। IITত বিজ্ঞান শাখাত পঢ়াৰ সুবিধা লাভ কৰা যুৱকজন হৈছে ডিব্ৰুগড় জিলাৰ ফিল’বাৰীৰ স্বপন লিম্বু।

‘Indian institute of technology’ চমুকৈ IITৰ প্ৰৱেশিকা (JAM) পৰীক্ষাত স্বপন লিম্বুয়ে স্থান লাভ কৰি সমগ্ৰ পৰিয়ালৰ লগতে ফিল’বাৰী অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ। স্বপন লিম্বু হৈছে কাকজান উ: মা: বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰ লিম্বুৰ পুত্ৰ। বৰ্তমান তেওঁলোক ৰুপাইচাইডিঙৰ নিবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.