অসমৰাষ্ট্ৰীয় সুৰক্ষা

বিয়া বুলি ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল, কিন্তু আহিল মৃতদেহ

জম্মু-কাশ্মীৰত কৰুণ মৃত্যুক সাৱটিলে ভাৰতীয় সেৱনাত কৰ্মৰত দেৰগাঁৱৰ বিশ্বজিত গগৈয়ে।

২২ ফেব্ৰুৱাৰীত বিয়া বুলি ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল। কিন্তু আহিল মৃতদেহ।
জম্মু-কাশ্মীৰত কৰুণ মৃত্যুক সাৱটিলে ভাৰতীয় সেৱনাত কৰ্মৰত দেৰগাঁৱৰ বিশ্বজিত গগৈয়ে। শৰীৰত গুলী লাগি বিশ্বজিতৰ মৃত্যু হয় বিশ্বজিতৰ।

জম্মু কাশ্মীৰৰ নগ্ৰতাত কৰ্মৰত জোৱানজনৰ ঘৰ দেৰগাঁৱৰ সমীপৱৰ্ত্তী গড়গুৰি অঞ্চলত। বুধবাৰে নিশা শৰীৰত গুলী লাগি মৃত্যু হৈছে বীৰ জোৱানজনৰ।

বিমানযোগে যোৰহাট পাবহি নশ্বৰ দেহ। তাৰ পিছত অনা হ’ব দেৰগাঁৱৰ ঘৰলৈ।
বিশ্বজিতৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। বিয়লি বিশেষ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.