AssamCMO Assamleatest updatepoliticalSocial

অসমত লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিৰোধী মিত্ৰজোঁট

মহানগৰীত বিৰোধী মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান মাহ

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৪ ৰাজ্যতে বিধ্বস্ত বিৰোধী

অসমত লোকসভা নিৰ্বাচনক লৈ তৎপৰ বিৰোধী মিত্ৰজোঁট

মহানগৰীত বিৰোধী মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক

১৫ বিৰোধী দলে ঐক্যবদ্ধভাৱে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী

প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা সম্পন্ন

সকলো ৰাজনৈতিক দলে নিদিয়ে নিৰ্বাচনত প্ৰাৰ্থী

ঐক্যবদ্ধ বিৰোধীয়ে পূৰ্ণ শক্তিৰে যুঁজ দিয়াৰ ঘোষণা

১২ ডিচেম্বৰত CAAবিৰোধী সমন্বয় শক্তিৰ প্ৰতিবাদী কাৰ্যসূচী

অসমত বিৰোধী ঐক্য শক্তিশালী হোৱাৰ দাবী

বিজেপিৰ বিৰুদ্ধে এগৰাকীহে প্ৰাৰ্থী দিব বিৰোধী ঐক্য মঞ্চই

বৈঠকত ভূপেন বৰা, লুৰিণজ্যোতি গগৈ

অংশ ল’লে ৰিপুণ বৰা, ডাঃ ভৱেন চৌধুৰীয়ে

অংশগ্ৰহণ মনোৰঞ্জন তালুকদাৰ, ৰাছেন হুছেইনৰ

বৈঠকত অনুপস্থিত অখিল গগৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.