Internationalleatest updatenationalPMo indiapoliticalSocial

হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত আয়োজন বিশাল অনুষ্ঠান

শপত ল’ব তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰীয়ে

হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত আয়োজন বিশাল অনুষ্ঠানৰ

শপত ল’ব তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰীয়ে

আনুমুলা ৰেৱনাথ ৰেড্ডীয়ে শপত ল’ব মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীৰ লগতে শপত ল’ব ১২জন অন্য মন্ত্ৰীয়ে

মাল্লু ভাট্টিবিক্ৰামাৰ্কা হ’ব তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী

শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ তিনিজনকৈ মুখ্যমন্ত্ৰীক

কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ

তেলেংগানাৰ বিদায়ী মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওকো আমন্ত্ৰণ

শপত গ্ৰহণত উপস্থিত থাকিব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বও

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.