AssamCMO AssamCrimeHimanta Biswa Sarmaleatest updateঅপৰাধ

অসমত হ্ৰাস পাইছে মহিলা-শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা

NCRBৰ প্ৰতিবেদনৰ পিছতে সংবাদ মেল মুখ্যমন্ত্ৰীৰ

NCRBৰ প্ৰতিবেদনৰ পিছতে সংবাদ মেল মুখ্যমন্ত্ৰীৰ

লোকসেৱা ভৱনত সংবাদ মেল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

দেশৰ তুলনাত অসমত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা

মহিলা-শিশুৰ বিৰুদ্ধে হ্ৰাস পাইছে অপৰাধ

২০২১ত ১ লাখৰ বিপৰীতে অপৰাধৰ সংখ্যা ৩৪১টা

২০২২ত ১ লাখৰ বিপৰীতে ১৯৪টা অপৰাধৰ সংখ্যা

২০২৩ত ৫৬,২০২টা গোচৰ লিপিবদ্ধ

২০২০ত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা সংঘটিত হৈছেল ২৬,৩৫২টা

২০২১ত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা ২৯,০৪৬টা

২০২২ত ১৪,১৪৮টা গোচৰ লিপিবদ্ধ

শিশুৰ ক্ষেত্ৰতো হ্ৰাস পাইছে অপৰাধজনিত ঘটনা

২০২০ চনত শিশুৰ ক্ষেত্ৰত অপৰাধজনিত ঘটনা ৪,৬২২টা

২০২১ত ৫,২৮২টা গোচৰ পঞ্জীয়ন

২০২২ত ৪,০৮৪টা গোচৰ পঞ্জীয়ন

২০২৩ত ৬,১৭১টা গোচৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button