Covid-19

সাৱধান! বহাগৰ বতৰতে আকৌ আহিল ক’ভিড, ধৰা পৰিছে নতুন প্ৰজাতি…

ক'ভিড-১৯ৰ বাকী প্ৰজাতিতকৈ এই নতুন প্ৰজাতিটো সহজে বিয়পাৰ কথা উল্লেখ কৰে WHOয়ে

ভাৰতত ধৰা পৰিছে কৰোনাৰ নতুন ভেৰিয়েণ্ট। বুধবাৰে মুম্বাইত ধৰা পৰিছে কৰোনা ভাইৰাছৰ XE প্ৰজাতি। আনহাতে, এজনৰ দেহত ধৰা পৰিছে Kappa প্ৰজাতি। নতুন প্ৰজাতি ধৰা পৰা ব্যক্তিজনৰ দেহত এতিয়াও ধৰা পৰা নাই কোনো গুৰুতৰ লক্ষণ।

 

ক’ভিড-১৯ৰ বাকী প্ৰজাতিতকৈ এই নতুন প্ৰজাতিটো সহজে বিয়পাৰ কথা উল্লেখ কৰে WHOয়ে। XE ভেৰিয়েণ্ট ধৰা পৰা ৰোগীজনে শেহতীয়াকৈ যাত্ৰা কৰাৰ কথাও পোহৰলৈ আহিছে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.