অসমদৈনিক বাতৰি

নলবাৰীত যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

নলবাৰীত যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

নলবাৰীত যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক কেন্দ্ৰ কৰি অব্যহত আছে প্ৰতিবাদ। যদিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৫০খন বিচনাযুক্ত মডেল হাস্পতাল কৰিম বুলি কৈছিল, কিন্তু চিকিৎসালয়খনক পূৰ্বৰ মৰ্যাদা ঘূৰাই দিয়াৰ বাবে শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ।

প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰী সকলে যুটীয়া স্বাস্থ্য সঞ্চালকক উক্ত চিকিৎসালয় ২৩৫ খন যুক্ত বিচনাৰে পূৰ্বৰ মৰ্যদা ঘুৰাই দিবলৈ দাবী সম্বোলিত এখন স্মাৰক প্ৰদান কৰে। ইফালে প্ৰতিবাদকাৰীসকলে স্বাস্থ্যকৰ্মীসকলক কাৰ্যালয়ত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা পৰিলক্ষিত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.