অসমদৈনিক বাতৰি

কংগ্ৰেছ নেতা, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিয়োগত শোকৰ ছাঁ….

কংগ্ৰেছ নেতা, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ বিয়োগত শোকৰ ছাঁ....

কংগ্ৰেছ নেতা, জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তৰ দেহাৱসান

GMCHত চিকিৎসাধীন আছিল কংগ্ৰেছ নেতাজন

নিশা প্ৰায় ২ বজাত শেষনিশ্বাস ত্যাগ মনজিৎ মহন্তৰ

হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল নেতাগৰাকী

২০২১ চনত কংগ্ৰেছৰ পৰা বিধানসভাত অৱতীৰ্ণ হৈছিল

দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেওঁ

কংগ্ৰেছৰ মিডিয়া কোষৰ আহ্বায়কৰ দায়িত্বত আছিল মহন্ত

‘অসমীয়া প্ৰতিদিন’ৰ কাৰ্যবাহী সম্পাদকো আছিল মহন্ত

THE SENTINAL গ্ৰুপৰ ‘আজিৰ অসম’ত সাংবাদিক জীৱনৰ আৰম্ভণি

এগৰাকী ফটো সাংবাদিক হিচাপেও কৰ্মৰত আছিল মহন্ত

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খলকনি তুলিছিল মনজিৎ মহন্তৰ ফটোৱে

নেতাজনৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ গভীৰ শোক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.