অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
শোণিতপুৰত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান: জব্দ ব্ৰাউন ছুগাৰ, আটক ড্ৰাগ্ছসহ ৪ সৰবৰাহকাৰীক
![শোণিতপুৰত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান: জব্দ ব্ৰাউন ছুগাৰ, আটক ড্ৰাগ্ছসহ ৪ সৰবৰাহকাৰীক শোণিতপুৰত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান: জব্দ ব্ৰাউন ছুগাৰ, আটক ড্ৰাগ্ছসহ ৪ সৰবৰাহকাৰীক](https://prathamkhabartv.com/wp-content/uploads/2023/07/Tezpur-drugs-780x470.jpg)
শোণিতপুৰৰ বালিপৰাত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান
এখন হোটেলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ
তাজ হোটেলৰ পৰা আটক ড্ৰাগ্ছসহ ৪ সৰবৰাহকাৰীক
আটক জেনচন পাম’চ, লাহম টাচি, জেনজিং দৰ্জি
আটক কমল ছেত্ৰী নামৰ আন এটা সৰবৰাহকাৰী
অধিক তথ্যৰ বাবে চাৰিদুৱাৰ আৰক্ষীৰ তদন্ত