অসমগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকবিশ্বভাৰতৰাজনৈতিক

আজি বাবৰি মছজিদ ধ্বংসৰ ৩১সংখ্যক বৰ্ষপূৰ্তি…

বাবৰি মছজিদ ধ্বংসৰ ৩১সংখ্যক বৰ্ষপূৰ্তিৰ দিনটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে অযোধ্যা আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত। বিশেষকৈ, অযোধ্যাত নিৰ্মীয়মাণ ৰাম মন্দিৰ এলেকাত নিশ্চিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। অযোধ্যা চহৰখনলৈ অহা-যোৱা কৰা প্ৰত্যেকজন লোকৰ ওপৰত CCTVৰে নিৰীক্ষণ কৰি থকা হৈছে। আনকি পৰিচয় পত্ৰও পৰীক্ষা কৰি চাইছে নিৰাপত্তাৰক্ষীয়ে। যান-বাহনৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছে সুৰক্ষা সংস্থাসমূহে। উল্লেখনীয় যে ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ দিনাই একাংশ কৰ সেৱকে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ বেষ্টনী  ভংগ কৰি সেইসময়ৰ বিবাদমান বাবৰি মছজিদৰ চূড়া বগাই মছজিদটো ধ্বংস কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.