অসমৰাজনৈতিক

মৰাণত টাইপাৰ উত্তাল প্ৰতিবাদ

টাই আহোমক জনজাতিকৰণৰ দাবী টাইপাৰ

মৰাণত টাইপাৰ উত্তাল প্ৰতিবাদ।

টাই আহোমক জনজাতিকৰণৰ দাবীত মৰাণৰ ৰাজপথত জ্বলাই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পুত্তলিকা। মৰাণৰ মাজমজিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে লোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত যান-যটময় হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ।

অহা ৬ মাহৰ ভিতৰত টাই আহোমক জনজাতিকৰণৰ দাবী সংগঠনটোৰ। উপ-নিৰ্বাচনত থাওৰা আৰু মৰিয়নিত বিজেপিৰ বিৰুদ্ধে জংগী ৰূপত থিয় দিব টাইপাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.