অসমআঞ্চলিকদৈনিক বাতৰি

পথ মেৰামতিৰ দাবীত মৰাণৰ জটিয়নিত প্ৰতিবাদ, কোলাত কেঁচুৱা লৈও প্ৰতিবাদলৈ আহিল মহিলা

পথ মেৰামতিৰ দাবীত মৰাণৰ জটিয়নিত প্ৰতিবাদ

পথ মেৰামতিৰ দাবীত মৰাণৰ জটিয়নিত প্ৰতিবাদ

জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে অঞ্চলবাসীক

কোলাত কেঁচুৱা লৈও প্ৰতিবাদলৈ আহিল মহিলা

এজাক বৰষুণতে পথৰ মাজত একাঁঠু পৰ্যন্ত বোকা

এবছৰ পূৰ্বেই মেৰামতি কৰা হৈছিল পথটো

পথ মেৰামতিত আঁসোৱাহ থকাৰ অভিযোগ ৰাইজৰ

বিধায়কৰ বিৰুদ্ধে ক্ষোভ গাঁওবাসীৰ

স্থানীয় ৰাইজে পথ মেৰামতি সন্দৰ্ভত বিধায়কৰ কাষ চাপিছিল যদিও বিধায়কে ”বাৰিষা বোকা হবই” বুলি মন্তব্য প্ৰদান কৰাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ । ইফালে এটা বছৰৰ পূৰ্বে ৩ লাখ টকা পুঁজিৰে পথটো মেৰামতিৰ নামটো অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.