Assamassam policeleatest updateSocial

অসম-মণিপুৰ সীমান্তত তীব্ৰ উত্তেজনা

কাছাৰৰ নামদাইলঙত ভয়ংকৰ ঘটনা

অসম-মণিপুৰ সীমান্তত তীব্ৰ উত্তেজনা

কাছাৰৰ নামদাইলঙত ভয়ংকৰ ঘটনা

ৰাইজে জ্বলালে নগা উগ্ৰপন্থী সংগঠনৰ কেম্প

NNCৰ কেম্প জ্বলালে ক্ষুব্ধ স্থানীয় জনতাই

ধন দাবীৰে অতিষ্ঠ কৰিছিল সাধাৰণ ৰাইজক

ধন দাবীৰে অত্যাচাৰ চলাইছিল সাধাৰণ জনতাক

বৃহস্পতিবাৰে স্থানীয় ৰাইজে ধাৰণ কৰে ৰুদ্ৰ ৰূপ

১২ ডিচেম্বৰত সংগঠনটোৰ অস্থায়ী শিবিৰত ভয়ংকৰ ঘটনা

কেডাৰৰ মাজত গুলীয়াগুলী, এজনৰ মৃত্যু

দুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন NNC কেডাৰক

অঞ্চলটোত সম্প্ৰতি বিৰাজ কৰিছে তীব্ৰ উত্তেজনা

কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.