অসমজীৱনশৈলীদৈনিক বাতৰিমনোৰঞ্জন

শিশু দিৱসৰ দিনা দন্ত চিকিৎসকৰ ব্যতিক্ৰমী পদক্ষেপ..

ভাৰ্গৱ ভাগৱতীয়ে শিশুসকলৰ দাঁতৰ যত্ন লোৱাৰ লগতে সজাগতাৰ সৃষ্টি কৰে

আজি শিশু দিৱস, শিশু সকলৰ বাবে এটা বিশেষ দিন।

পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিনটোতে দেশজুৰি উলহ মালহেৰে পালন কৰা হৈছে শিশু দিৱস।
কিন্তু তিতাবৰ ষ্টেচন তিনিআলিস্থিত বিয়নড স্মাইলচ ডেণ্টেল কেয়াৰত ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হ’ল শিশু দিৱস। দন্ত চিকিৎসক ভাৰ্গৱ ভাগৱতীয়ে ১৪ বছৰৰ তলৰ শিশু সকলক সম্পূৰ্ণ বিনামূলীয়াকৈ দাঁতৰ চিকিৎসা সেৱা প্ৰদান কৰিলে। তাৰ লগতে বিনামূলীয়াকৈ ঔষধো যোগান ধৰে।

তাৰ লগতে ভাৰ্গৱ ভাগৱতীয়ে শিশুসকলৰ দাঁতৰ যত্ন লোৱাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.