অসমদুৰ্ঘটনাদৈনিক বাতৰি

জাগীৰোড ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিজনকৈ লোক

বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃতদেহ

জাগীৰোডৰ দেওশালত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত তিনিজনকৈ লোক। বালিভৰ্তি ট্ৰাক আৰু বাঁহভৰ্তি ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা। বালিভৰ্তি ট্ৰাকখনে খুন্দা মাৰিছিল বাঁহভৰ্তি ট্ৰাকত।

দুৰ্ঘটনাত বালিৰ ট্ৰাকৰ চালকসহ নিহত হয় ৩জন। দুৰ্ঘটনাগ্ৰস্ত বালিভৰ্তি ট্ৰাকখনৰ নম্বৰ AS-21C-1848 বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃতদেহ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.