অপৰাধঅসমঅসম আৰক্ষী

সুৰাসক্ত যুৱকৰ দলবদ্ধ আক্ৰমণ! আহত দুই বনকৰ্মী

নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বনকৰ্মীক দলবদ্ধ আক্ৰমণ

নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বনকৰ্মীক দলবদ্ধ আক্ৰমণ। কাটাখাল পৰ্যটনস্থলীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। DJ বজোৱাত বাধা দিয়াৰ বাবে আক্ৰমণ।

সুৰাসক্ত যুৱকৰ দলে বনকৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ। আক্ৰমণত আহত হয় জহিৰুল ইছলাম, পাপু পাটৰ নামৰ দুই বনকৰ্মী।

আহত বনকৰ্মী দুজনক নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি বনবিভাগে জুৰীয়া আৰক্ষী থানাতো এক অভিযোগ দাখিল কৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.