nationalpoliticalদৈনিক বাতৰিৰাজনৈতিক

অশান্ত মণিপুৰত শান্তি স্থাপনৰ পথ প্ৰশস্ত…অ/স্ত্ৰ সম্বৰণৰ চুক্তি Kuki Zo Councilৰ

অশান্ত মণিপুৰত শান্তি স্থাপনৰ পথ প্ৰশস্ত

কুকি জো গোটৰ সৈতে মণিপুৰ চৰকাৰৰ চুক্তি

অ/স্ত্ৰ সম্বৰণৰ চুক্তি Kuki Zo Councilৰ

ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ Kuki Zo Councilৰ

কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ সৈতে চুক্তি কুকি জো গোটৰ

অপাৰেচন বন্ধ ৰাখিবলৈ সন্মত কুকি জো

ৰাষ্ট্ৰীয় ঘাইপথ ২ মুকলি কৰি দিবলৈ সন্মত কুকি জো

মণিপুৰৰ জীৱন ৰেখা স্বৰূপ ৰাষ্ট্ৰীয় ঘাইপথ ২

মেইটে-কুকি সংঘৰ্ষৰ বাবে বন্ধ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথ

নাগালেণ্ডক সংযোগ কৰে ৰাষ্ট্ৰীয় ঘাই পথটোৱে

উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে বিচ্ছিন্ন হৈ আছিল মণিপুৰ

মণিপুৰৰ অখণ্ডতা অক্ষুন্ন ৰাখিবলৈ সন্মত কুকি জো

২০২৩ৰ ৩ মে’ত মণিপুৰত হৈছিল হিংসাৰ সূত্ৰপাত

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button