অসমপ্ৰযুক্তি

নিমাতীঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপুৰ্ণ ঘোষণা

মাজুলীত ৰ’পেক্স বন্ধ হৈ থকাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নাৱেৰে ঘটনাস্থলী পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘটনাস্থলীত সংবাদমাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে কেইবাটাও গুৰুত্বপুৰ্ণ ঘোষণা।
চৰকাৰী ৬খন জাহাজেৰে হ’ব যাতায়াত।
নতুনকৈ সংযোজন হ’ব দুখন জাহাজ।
দণ্ডাধীশে পৰ্যবেক্ষণ কৰিব জাহাজৰ চলাচল।
সময়মতে চলিব লাগিব প্ৰতিখন জাহাজ।
দলং নিৰ্মাণৰ বাবে লাগিব ৪ বছৰ
নৱেম্বৰৰ পৰা আৰম্ভ হ’ব দলঙৰ কাম।
দলং নিৰ্মাণৰ বাবে পৰ্যালোচনা মন্ত্ৰীগোট গঠন।
সাময়িকভাৱে আজিৰে পৰা বন্ধ এটা ইঞ্জিন থকা নাও।
মেৰাইন ইঞ্জিন কৰাৰ বাবে চৰকাৰে দিব ১০ লাখ টকা। ইয়াৰে ৭৫ শতাংশ ৰাজসাহায্য।
মৃতকৰ পৰিয়াললৈ ৫লাখ টকাৰ সাহায্য ঘোষণা।
ঘটনা সন্দৰ্ভত ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে।
শীঘ্ৰে মেৰামতি কৰা হ’ব ৰ’পেক্স দুখনৰ।
মাজুলীত ৰ’পেক্স বন্ধ হৈ থকাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.