অসমদৈনিক বাতৰি

নিমাতী ঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পিছতেই উগ্বেগ হৈছে বহু প্ৰশ্নৰ

মাজুলী-নিমাতী ঘাটত ২০১৯ আৰু ২০২০ চনতে অনা হৈছিল ৰ’ৰ আৰু ৰ’ পেক্স জাহাজ

নিমাতী ঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পিছতেই উগ্বেগ হৈছে বহু প্ৰশ্নৰ। কি কৰিবৰ বাবে আভ্যন্তৰীণ জলপৰিবহন বিভাগে মাজুলী-নিমাতী ঘাটত ২০১৯ আৰু ২০২০ চনতে আনিছিল ৰ’ৰ আৰু ৰ’ পেক্স জাহাজ?

২০১৯ আৰু ২০২০ চনতেই মাজুলী-নিমাতীঘাটৰ মাজত যাতায়তৰ বাবে আভ্যন্তৰীণ জলপৰিবহন বিভাগে আনিছিল ৰ’ৰ আৰু ৰ’ পেক্স জাহাজ। কিন্তু এবছৰতকৈয়ো অধিক সময় ধৰি নিমাতীঘাটতেই পেলাই ৰখা হৈছে অত্যাধুনিক জাহাজ দুখন।

ব্যক্তিগত নাওঁৰ গৰাকীৰ লগত কমিচনৰ বুজাবুজিৰে বিভাগটোৱে মাজুলী আৰু নিমাতীঘাটক মৃত্যুৰ উপত্যকাত পৰিণত কৰাৰ অভিযোগ সৰ্বসাধাৰণৰ।

ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে তদন্তৰ ঘোষণা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.