AssamSportsঅসমখেলদৈনিক বাতৰিবিশ্বভাৰত

পুনৰ অসমকন্যা লাভলীনাই আনিলে সুখৰ বাৰ্তা, এছিয়ান গেমছত ভাৰতৰ ধ্বজাবাহক হ’ব লাভলীনা….

পুনৰ অসমকন্যা লাভলীনাই আনিলে সুখৰ বাৰ্তা, এছিয়ান গেমছত ভাৰতৰ ধ্বজাবাহক হ’ব লাভলীনা...

পুনৰ অসমকন্যা লাভলীনাই আনিলে সুখৰ বাৰ্তা

এছিয়ান গেমছত ভাৰতৰ ধ্বজাবাহক হ’ব লাভলীনা

পতাকা লৈ শোভাযাত্ৰাৰে দেশক নেতৃত্ব দিব লাভলীনাই

২৩ ছেপ্টেম্বৰৰ পৰা চীনত আৰম্ভ হ’ব এছিয়ান গেমছ

অসমৰ ৭ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব এছিয়ান গেমছত

অলিম্পিক পদকজয়ী লাভলীনাৰ বাবে বিশেষ সন্মান

ভাৰতীয় অলিম্পিক সন্থাই গ্ৰহণ কৰে এই সিদ্ধান্ত

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো খেলুৱৈক দিয়া হয় এই দায়িত্ব

ভাৰতীয় পতাকা থাকিব হৰমনপ্ৰীত সিঙৰ হাততো

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.