অসমগুৱাহাটীদৈনিক বাতৰিপ্ৰতিৰক্ষাভাৰতৰাজনৈতিক

বিহপুৰীয়াত ৩টাকৈ স্থানত পৌৰসভাৰ উচ্ছেদ অভিযান, নীতি নিয়ম উলংঘা কৰি গঢ়ি তোলা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান বুলডজাৰৰ সহায়ত ভাঙি পেলোৱা হয়

বিহপুৰীয়াত পৌৰসভাৰ উচ্ছেদ অভিযান।

মঙলবাৰে বিহপুৰীয়াৰ ৩টাকৈ স্থানত উচ্ছেদ চলায় পৌৰসভাই।

নগৰখনৰ ২ নং ৱাৰ্ডৰ ডাকঘৰৰ সমীপত নীতি নিয়ম উলংঘা কৰি গঢ়ি তোলা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান বুলডজাৰৰ সহায়ত ভাঙি পেলোৱা হয়।

বিহপুৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপতো উচ্ছেদ চলায় পৌৰসভাই।

নগৰখনৰ অলিয়ে গলিয়ে বেদখল কৰি নিৰ্মাণ কৰা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰো উচ্ছেদৰ দাবী তুলিছে বিহপুৰীয়াবাসীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.