অসম

GMCHত সফলতাৰে সম্পন্ন হ’ল কীৰ্তিকমলৰ অস্ত্ৰোপচাৰ

অস্ত্ৰোপচাৰৰ পিছত কীৰ্তিকমল সুস্থ হৈ উঠাৰ বাবে লাগিব প্ৰায় ৬০ দিন।

এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজত সম্পন্ন হ’ল কীৰ্তিকমল বৰাৰ অস্ত্ৰোপচাৰ। ডাঃ পৰাগজ্যোতি গগৈৰ নেতৃত্বত এটা দলে GMCHত অস্ত্ৰোপচাৰ কৰে কীৰ্তিকমল বৰাৰ। বুলেট আৱৰণৰ এটা সৰু টুকুৰা কীৰ্তিকমলৰ ভৰিৰ পৰা আঁতৰোৱা হৈছে। আনকি কীৰ্তিৰ ভৰিত ভৰোৱা হৈছে লোহাৰৰ প্লেট। অস্ত্ৰোপচাৰৰ পিছত কীৰ্তিকমল সুস্থ হৈ উঠাৰ বাবে লাগিব প্ৰায় ৬০ দিন।

উল্লেখ্য যে, এণ্টি নাৰ্কটিক স্কোৱাডৰ অভিযানত গুলীবিদ্ধ হোৱা কীৰ্তিকমল বৰা ঘটনাৰ দিন ধৰি চিকিৎসাধীন হৈ আছিল GMCHত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.