অসমখেলদৈনিক বাতৰিবিশ্বভাৰত

আজিৰে পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ এছিয়া কাপ, এইবাৰ এছিয়া কাপত অংশগ্ৰহণ কৰিব ৬টা দলে

আজিৰে পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ এছিয়া কাপ, এইবাৰ এছিয়া কাপত অংশগ্ৰহণ কৰিব ৬টা দলে

আজিৰে পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ এছিয়া কাপ। এইবাৰ এছিয়া কাপত অংশগ্ৰহণ কৰিব ৬টা দলে। ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তানৰ লগতে প্ৰথমবাৰৰ বাবে এছিয়া কাপত অংশগ্ৰহণ কৰিব নেপালে।

এইবাৰৰ এছিয়া কাপত ৫০ অভাৰৰ খেলেৰে অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনৰ খেলসমূহ পাকিস্তান আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব। আজি বিয়লি ৩ বজাত পাকিস্তানৰ মূলটানত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ উদ্বোধন।

উদ্বোধনী খেলত অংশগ্ৰহণ কৰিব পাকিস্তান আৰু নেপালে। আনহাতে ২ ছেপ্টেম্বৰত শ্ৰীলংকাৰ কেন্দী চহৰত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ আৰম্ভণি মেচ খেলিব ভাৰতে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.