দৈনিক বাতৰিভাৰত

কাশ্মীৰৰ অনন্তনাগত অব্যাহত সেনাৰ অভিযান,সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিগত ৭ দিন ধৰি চলিছে অভিযান

কাশ্মীৰৰ অনন্তনাগত অব্যাহত সেনাৰ অভিযান,সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিগত ৭ দিন ধৰি চলিছে অভিযান

কাশ্মীৰৰ অনন্তনাগত অব্যাহত সেনাৰ অভিযান

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিগত ৭ দিন ধৰি চলিছে অভিযান

অনন্তনাগৰ পাহাৰীয়া এলেকাত সন্ত্ৰাসবাদীৰ আত্মগোপন

সোমবাৰে দুটাকৈ সন্ত্ৰাসবাদীৰ শৱদেহ উদ্ধাৰ

বিগত এসপ্তাহত এই অভিযানত শ্বহীদ ৫জনকৈ জোৱান

অনন্তনাগ, বাৰমুলা, ৰাজৌৰীত ৬ সন্ত্ৰাসবাদী নিহত

১৩ ছেপ্টেম্বৰৰ পৰাই অব্যাহত আছে অভিযান

অনন্তনাগৰ অভিযানত নিয়োজিত হৈ আছে পেৰা কামাণ্ডো

সেনা বাহিনীৰ ১০টাকৈ কোম্পানীয়ে দিনে-নিশাই চলাইছে অভিযান

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.