AssamCity newsnationalঅপৰাধঅসমগুৱাহাটীজম্মু-কাশ্মীৰদুৰ্ঘটনাদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদীৰ কুটাঘাতমূলক কাৰ্যকলাপ, জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে ৪টাকৈ সন্ত্ৰাসবাদীৰ প্ৰতিচ্ছবি

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদীৰ কুটাঘাতমূলক কাৰ্যকলাপ

সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ বিৰুদ্ধে তৎপৰ সেনা-আৰক্ষী

৭২ ঘণ্টাত চাৰিটাকৈ আক্ৰমণৰ ঘটনা

ইতিমধ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে ৪টাকৈ সন্ত্ৰাসবাদীৰ প্ৰতিচ্ছবি

ডোডা জিলাৰ আক্ৰমণৰ ঘটনাৰ লগত জড়িত আছিল উগ্ৰপন্থীকেইজন

উগ্ৰপন্থীৰ সন্ধান দিওঁতালৈ ২০ লাখকৈ টকাৰ পুৰস্কাৰ ঘোষণা

প্ৰতিজন উগ্ৰপন্থীৰ সন্ধান দিওঁতাক দিয়া হ’ব ৫ লাখ টকা

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.