অসমগুৱাহাটীদৈনিক বাতৰি

ছয়গাঁৱৰ বামুণীগাঁৱত আৰছুৰ উত্তাল প্ৰতিবাদ, SI জোনমণি ৰাভাৰ মৃত্যুৰ সত্য উদঘাটনৰ দাবী

ছয়গাঁৱৰ বামুণীগাঁৱত আৰছুৰ উত্তাল প্ৰতিবাদ

ছয়গাঁৱৰ বামুণীগাঁৱত আৰছুৰ উত্তাল প্ৰতিবাদ

SI জোনমণি ৰাভাৰ মৃত্যুৰ সত্য উদঘাটনৰ দাবী

বিভিন্ন শ্লোগানেৰে ৰাজপথ অৱৰোধ প্ৰতিবাদকাৰীৰ

প্ৰতিবাদস্থলীত উপস্থিত বকো আৰক্ষী

আৰছুৰ কামৰূপ জিলা সমিতি, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ আহ্বানত প্ৰতিবাদ। কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতি, কামৰূপ জিলা ৰাভা জাতীয় পৰিষদ,। কামৰূপ জিলা ৰাভা সাহিত্য সভা আৰু কামৰূপ জিলা ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত এই যৌথ প্ৰতিবাদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.