অসমগুৱাহাটীজীৱনশৈলীমনোৰঞ্জন

মুকলিৰ পথত দিছপুৰ-ছুপাৰ মাৰ্কেট সংযোগী আটকধুনীয়া উৰণীয়া সেতুঁ

মুকলিৰ পূৰ্বে আটকধুনীয়াকৈ সজাই তোলা হৈছে সেতুঁখন

গুৱাহাটী মহানগৰীৰ সদাব্যস্ত দিছপুৰ অসম সচিবালয়, জি এছ ৰোড আৰু লাষ্ট গেট কেপিটেল কমপ্লেক্স সংযোগী তিনিকোণীয়া উৰণীয়া সেতুঁ মুকলিৰ পথত।

কাইলৈ ৰাইজৰ বাবে মুকলি কৰা হ’ব নৱনিৰ্মিত উৰণীয়া সেতুখন। মুকলিৰ পূৰ্বে আটকধুনীয়াকৈ সজাই তোলা হৈছে এই সেতুঁখন। সেতুঁখনৰ প্ৰতিখন দেৱাল শিল্পীৰ তুলিকাত প্ৰাণ পাই উছিঠে।

১২৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে উৰণীয়া সেতুঁখন। মুকলিৰ পূৰ্বে উৰণীয়া সেতুঁ চাবলৈ ওলাই আহিল বহু সংখ্যক লোক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.