অপৰাধঅসম

আৰক্ষীৰ জালত অভিযুক্ত প্ৰালৱন বৰঠাকুৰ! দৰিদ্ৰ লোকক অংগ বিক্ৰী কৰোৱাইছিল বৰঠাকুৰে

সামান্য ধনৰ বিনিময়ত দৰিদ্ৰ লোকক অংগ বিক্ৰী কৰোৱাইছিল বৰঠাকুৰে

◾মৰিগাঁও ধৰমতুল কিডনী কাণ্ডৰ মূল অভিযুক্তক আটক

◾আৰক্ষীৰ জালত অভিযুক্ত প্ৰালৱন বৰঠাকুৰ

◾মৰিগাঁও আৰক্ষীয়ে তামিলনাডুৰ পৰা আটক কৰে প্লাৱন বৰঠাকুৰক

◾প্লাৱন বৰঠাকুৰৰ নেতৃত্বত অসমত চলিছিল মানৱ অংগৰ বৃহৎ বেহা

◾ধৰমতুলৰ ১১জন লোকে এই চক্ৰৰ বলি বিক্ৰী কৰিছিল কিডনী

◾সামান্য ধনৰ বিনিময়ত দৰিদ্ৰ লোকক অংগ বিক্ৰী কৰোৱাইছিল বৰঠাকুৰে

◾মানৱ অংগৰ বেহাৰে জড়িত তিনিজনক পূৰ্বে আটক কৰিছিল আৰক্ষীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button