অসমদৈনিক বাতৰি

নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ গুলীচালনা,ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ

নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ গুলীচালনা,ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ

নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ গুলীচালনা

ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ

আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া ৰমিজুল ইছলাম

ভৰিত গুলী লাগিছে ৰমিজুলৰ

দীৰ্ঘদিনে ড্ৰাগছ সৰবৰাহৰে জড়িত আছিল ৰমিজুল

ৰমিজুলৰ পৰা জব্দ ৭৫ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে গুলীচালনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + fourteen =

Back to top button